২০২৪ বৰ্ষ পৰা আপুনি ৭৫%পালেও নাপাব স্কুটি । শিক্ষা মন্ত্ৰীৰ ডাঙৰ ঘোষণা-
2024 বৰ্ষৰ পৰা আপুনি যদি 75%পাই তথাপিও আপুনি নাপাব পাৰে স্কুটি । এই কথা টোক লৈ শিক্ষা মন্ত্ৰী ৰনুজ পেগু দেৱে তেওঁৰ social media এনেদৰে লিখিছে -
বাণীকান্ত কাকোটি বঁটা (স্কুটি):-
২০২৪ চনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৭৫% বা তাতকৈ অধিক (ল’ৰা) আৰু ৬০% বা তাতকৈ অধিক (ছোৱালী) লাভ কৰি MBBS, Engineering, BSc (Nursing), LLB, ইত্যাদি পাঠ্যক্ৰমকে ধৰি অসমত শিক্ষা অব্যাহত ৰখা ছাত্ৰ-ছাত্ৰীসকলে স্কুটিৰ বাবে যোগ্য। কিন্তু যিসকলে কোচিঙৰ বাবে নিয়মীয়া পাঠ্যক্ৰম বন্ধ কৰিছে বা অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰিছে তেওঁলোক যোগ্য নহয়-
গতিকে আপুনি যদি নিয়মীয়া পাঠ্যক্ৰম বন্ধ কৰিছে বা শিক্ষাৰ বাবে অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰিছে তেন্তে আপুনি এই বঁটাৰ বাবে অযোগ্য বুলি বিবেচিত হব ।
0 Comments
like and follow