সপোনৰ জীৱনটো জীয়াই থকাৰ ১৮ টা উপায়
১)মা দেউতাক সন্মান কৰক । মা দেউতাই আপোনাৰ জীৱনৰ প্ৰথম ভগৱান । তেওঁলোকৰ বাবেই আপুনি এই পৃথিৱী খন দেখিছে ।
২)সাপ্তাহিক লক্ষ্য নিৰ্ধাৰণ কৰক ।
৩)পৰিকল্পনা প্ৰস্তুত কৰা ।
৪)আপোনাৰ সাফল্যৰ খবৰ ৰাখক ।
৫) এলাহ কৰা বন্ধ কৰক ।
৬)আনৰ সফলতাৰ পৰা অনুপ্ৰাণিত হওক ।
৭) লক্ষ্যৰ প্ৰতি কিমান আগবাঢ়িছে তাক প্ৰতিদিনে লিখি ৰাখক ।
৮) এটা যুক্তিসংগত সময়সূচী নিৰ্ধাৰণ কৰক।
৯) যি আছে তাৰ বাবে কৃতজ্ঞ হওক ।
১০) প্ৰতি দিনে ঈশ্বৰৰ প্ৰাৰ্থনা কৰক ।
১১) নথকা বোৰৰ সপোন দেখাতকৈ তাক বাস্তৱত কেনেকৈ পাব পাৰি তাৰ পথ বাচি উলিয়ায় আগুৱাই যাওক ।
১২) নিজৰ ওপৰত বিশ্বাস ৰাখক ।
১৩)নিজৰ সপোনক প্ৰতিদিনে স্মৰণ কৰক ।
১৪) অসাধাৰণক সাধাৰণ কৰি তোলক। আনে নোৱাৰে বুলি কলেওঁ আপোনাৰ যদি আত্মবিশ্বাস আছে আপুনি পাৰিব।
১৫) ৰিস্ক লবলৈ শিকক ।
১৬)আপোনাৰ সপোনবোৰ কল্পনা কৰক ।
১৭) সৃষ্টিশীলভাৱে জীয়াই থাকক ।
১৮) এটা ভিজন বৰ্ড তৈয়াৰ কৰি লওঁক।
এই কেইটা কথা মানি চলিলে আপুনি এটা মানসিক ভাবে সফল জীৱন পাব ।
0 Comments
like and follow