আপোনাক ধনী কৰি তুলিব যদি আপুনি এই কেইটা বস্তু পাৰ্চত ৰাখে

 

জ্যোতিষৰ মতে এইকেইটা টকা অহাৰ সংকেত 

১/ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি শংখৰ শব্দ শুনা যায়, তেন্তে লক্ষ্মী সোনকালে আপোনাৰ জীৱনলৈ আগমণ ঘটিব ।

 ২) সপোনত সাপ বা সাপৰ গাঁত দেখা পালে অতি শুভ বুলি গণ্য কৰা হয়।  এইয়া বহু টকা পোৱাৰ লক্ষণ।

৩)  ফেঁচা  দেৱী লক্ষ্মীৰ বাহন ইয়াক দেখাৰ অৰ্থ হ'ল দেৱী লক্ষ্মী আপোনাৰ ঘৰলৈ আহিছে।

 ৪) যদি কোনোবাই ৰাস্তা ঝাড়ু দিয়া দেখা পায়, তেন্তে সেয়া লক্ষ্মী দেৱীৰ আগমনৰ চিন।

 ৫) ঘৰৰ পৰা ওলাই যাওঁতে যদি গাখীৰেৰে ভৰা পাত্ৰ এটা দেখা পায় তেন্তে সেয়া সুখ, শান্তি, সমতা আৰু সফলতাৰ চিন।


আপোনাক ধনী কৰি তুলিব যদি আপুনি এই কেইটা বস্তু পাৰ্চত ৰাখে  



১)  ১১ টা চাউলৰ পূৰঠ  দানা কোনোবা কাগজত  বান্ধি পাৰ্চত ৰাখিব লাগে।  আপোনাৰ পকেট কেতিয়াও খালী হৈ নাথাকিব।

২/ পুৰণি বিল ৰাখিব  নালাগে ।  টকাৰ প্ৰবাহ বন্ধ হৈ যায়।  

৩) কোনো ধৰণৰ চাবি বা ঔষধ পাৰ্চত ৰাখিব নালাগে।

 ৪/ পাৰ্চত সদায় লক্ষ্মী দেৱীৰ কাগজৰ ফটো এখন ৰাখিব লাগে।  

 এনে কৰিলে টকাৰ আগমণ হৈ থাকে ।  

 

Post a Comment

0 Comments