ভুলটো এইকেইটা বস্তু ধাৰ নলব


ভুলটো এইকেইটা বস্তু ধাৰ নলব


বন্ধুসকল আজি এই ব্লগ টোত মই আপোনালোকক এনেকুৱা কেইটামান আমি কৰা সাধাৰণ ভুলৰ কথা কম যি কেইটাৰ বাবে আমি নজনাকৈয়ে আমাৰ বহুত ডাঙৰ  বিপদ   আহে কিন্তু আমি বুজি নাপাওঁ যে এই বিপদ কিহৰ বাবে হল । 

 আপুনি যদি গাঁৱলীয়া ঠাইত বাস কৰে তেনেহলে মই কোৱা ভুল কেইটাৰ এটা হলেও আপুনি    কৰিছে আৰু যদি কৰিছে আজিৰ পৰা এনে ভুল কৰাৰ পৰা আঁতৰত থাকক ।

 তলত আমি কৰা সেই সাধাৰণ বুলি ভবা ভুল কেইটা দিয়া হল -

১/ কাৰোবাৰ ব্যৱহৃত সেন্দুৰ ধাৰলৈ লৈ ব্যৱহাৰ নকৰিব।   ঘৰত অশান্তিৰ সৃষ্টি হোৱা সম্ভাৱনা বৃদ্ধি পাব ।

২) কাৰো কলম ধাৰলৈ লোৱা উচিত নহয়, ই প্ৰগতিত বাধা দিয়ে।

৩/ আন কাৰোবাৰ ঘড়ী ধাৰলৈ ল'লেও আপোনাৰ সময় নষ্ট হব পাৰে।


 ৪) কেতিয়াও ৰুমাল, কম্বল, আঙঠি, নিমখ ধাৰলৈ নলব, আৰ্থিক সমস্যাৰ সৃষ্টি হয়।


৫/ কাৰো পৰা বিচনা ধাৰলৈ নানিব, ইয়াৰ ফলত আপোনাৰ ঘৰত দৰিদ্ৰতা আহিব পাৰে।


৬)  আন কাৰোবাৰ ব্যৱহৃত কাপোৰ পিন্ধিব নালাগে।  শাৰীৰিক সমস্যা হব পাৰে, ভাগ্য দুৰ্বল হব পাৰে।


Post a Comment

0 Comments